Narendra Modi
3 months ago
লাচিত দিৱস উপলক্ষে, আমি বীৰ লাচিত বৰফুকনলৈ প্ৰণিপাত জনাইছোঁ। এজন অনবদ্য নেতা আৰু ৰণনীতিত পাৰ্গত বৰফুকনে অসমৰ অনন্য সংস্কৃতি ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দুখীয়া আৰু নিপীড়িত লোকৰ সবলীকৰণৰ বাবেও তেওঁ যথেষ্ট অৱদান আগবঢ়াইছিল।

There are no translations.

Translate in English.

Comments 0
العربية 中文(简体) 中文(繁體) Čeština Nederlands English suomi français Deutsch हिन्दी, हिंदी Indonesia Italiano 日本語 한국어 Bahasa Melayu Polski Português Русский Español Kiswahili Svenska Tagalog ภาษาไทย Türkçe Tiếng Việt